ওদালগুৰিৰ ৩ টা সমষ্টিত আগবাঢ়ি আছে বি পি এফ...

৩৯ নং পাচনৈ চেৰফাং সমষ্টিত তৃতীয় ৰাউণ্ডৰ ভোট গণনা সম্পন্ন। তৃতীয় ৰাউণ্ডত বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ১৭৮৭ টা ভোট।  কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ২৮৫ টা ভোট। 

author-image
Tushar Pratim
New Update
UDALGURI 26

 

  • ৩৯ নং পাচনৈ চেৰফাং সমষ্টিত তৃতীয় ৰাউণ্ডৰ ভোট গণনা সম্পন্ন।
  • তৃতীয় ৰাউণ্ডত বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ১৭৮৭ টা ভোট। 
  • কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ২৮৫ টা ভোট। 
  • বি পি এফ প্ৰাৰ্থীগৰাকীয়ে লাভ ককিছে ১৫৮২ টা ভোট। 
  • ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৬৮২ টা ভোট। 
  • নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ২০৩৩ টা ভোট। 
  • সমষ্টিটোত মুঠ ৫১৬৮ টা ভোট লাভেৰে বিজেপি প্ৰাৰ্থী গৰাকীয়ে অগ্ৰগতি লাভ কৰিছে। 
  • ৩৬ নং হৰিশিঙা সমষ্টিত চতুৰ্থ ৰাউণ্ডৰ ভোট গণনা সম্পন্ন। 
  • চতুৰ্থ ৰাউণ্ডত সমষ্টিটোত বি পি এফ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৩৪০৭ টা ভোট। 
  • ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ২০০৮ টা ভোট।
  • সমষ্টিটোত আগবাঢ়ি আছে বি পি এফৰ প্ৰাৰ্থীগৰাকী। 
  • ৩৮ নং ভৈৰৱকুণ্ড সমষ্টিত তৃতীয় ৰাউণ্ডৰ ভোট গণনা সম্পন্ন।
  • তৃতীয় ৰাউণ্ডত ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে ৭৭৭ টা ভোট লাভ কৰিছে। 
  • বিজেপিয়ে লাভ কৰিছে ৮০৫ টা ভোট।
  • বি পি এফ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ২০৪১ টা ভোট। 
  • সমষ্টিটোত বি পি এফ প্ৰাৰ্থীগৰাকীয়ে অগ্ৰগতি লাভ কৰিছে।
  • ৩২ নং ভেৰগাওঁ সমষ্টিত তৃতীয় ৰাউণ্ডৰ ভোটগণনাৰ অন্তত আগবাঢ়ি আছে ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকী। 
  • তেওঁ তৃতীয় ৰাউণ্ডত লাভ কৰিছে ২১৪৭ টা ভোট। 
  • বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৯৪০ টা ভোট।
  • ৪০ নং ৰৌতা সমষ্টিত তৃতীয় ৰাউণ্ডৰ অন্তত আগবাঢ়ি আছে বি পি এফ। 
  • সমষ্টিটোত বি পি এফ প্ৰাৰ্থীগৰাকীয়ে  তৃতীয় ৰাউণ্ডত লাভ কৰিছে ৪৮১৬ টা ভোট.
  • ইউ পি পি এল প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৩৪৭১ টা ভোট।
নিৰ্বাচন বি টি চি ওদালগুৰি