/asomiyapratidin/media/media_files/2025/09/26/udalguri-26-2025-09-26-15-48-11.jpg)
বিটিচি নিৰ্বাচনত ওদালগুৰি জিলাৰ মুঠ ১০ টা সমষ্টিৰ এতিয়ালৈকে লাভ কৰা ভোটৰ সংখ্যা
৩১ নং খৈৰাবাৰী (ST) সমষ্টি
বিজেপিঃ 17+1137+1320+1511+1676
বিপিএফঃ 57+1881+1695+ 1349+1535
ইউ পি পি এলঃ 36+1528+1517+1298+1460
সমষ্টিটোত চতুৰ্থ ৰাউণ্ডৰ অন্তত ১৪৩৩ টা ভোটত আগবাঢ়ি আছে বিপিএফৰ লৌমশ্ৰাও দৈমাৰী।
৩২ নং ভেৰগাওঁ (এছ টি) সমষ্টি তৃতীয় ৰাউণ্ডৰ ভোট
বিজেপিঃ 1263+1329+940=3532
বিপিএফঃ 1053+752+
ইউ পি পি এলঃ 1824+3432+2147=7403
ইউ পি পি এলৰ প্ৰাৰ্থী গৰাকী ৩৮৭১ টা ভোটত আগবাঢ়ি আছে।
৩৩ নং নোনাই চেৰফাং সমষ্টি
বিজেপিঃ 1092+1024=2116
বিপিএফঃ 678+685=1363
ইউ পি পি এলঃ 442+491=933
সমষ্টিটোত বিজেপি প্ৰাৰ্থীগৰাকী ৭৫৩ টা ভোটত আগবাঢ়ি আছে।
৩৪ নং খালিংদুৱাৰ (ST) সমষ্টি
বিজেপিঃ 1818+1744=3562
বিপিএফঃ 791+1023=1814
ইউ পি পি এলঃ 1651+1757=3408
সমষ্টিটোত বিজেপি প্ৰাৰ্থীগৰাকী ১৫৪ টা ভোটত আগবাঢ়ি আছে।
৩৫ নং মুদৈবৰী সমষ্টি
বিজেপিঃ 26+1564+1530=3120
বিপিএফঃ 18+2151+1476=3645
ইউ পি পি এলঃ 973+1283=2256
দ্বতীয় ৰাউণ্ডৰ অন্তত বি পি এফ প্ৰাৰ্থীগৰাকী ৫২৫ টা ভোটত আগবাঢ়ি আছে।
৩৬ নং হৰিশিঙা (ST) সমষ্টি
বিপিএফঃ 86+3654+3689+2683=10112
ইউ পি পি এলঃ 39+2112+2731+2120=7002
তৃতীয় ৰাউণ্ডৰ অন্তত বিপিএফৰ প্ৰাৰ্থীগৰাকী ৩১১০ টা ভোটত আগবাঢ়ি আছে।
৩৭ নং ধনশ্ৰী (ST) সমষ্টি
বিপিএফঃ 96+4030+3301+5950+5220=18597
ইউ পি পি এলঃ 66+2195+3193+2978+2422=10854
সমষ্টিটোত চতুৰ্থ ৰাউণ্ডত ৭৭৪৩ টা ভোটত আগবাঢ়ি আছে বিপিএফৰ প্ৰাৰ্থীগৰাকী।
৩৮ নং ভৈৰৱকুণ্ড (ST) সমষ্টি
বিজেপিঃ 34+1057+851+805=2747
বিপিএফঃ 61+1141+1967+2041=5210
ইউ পি পি এলঃ 27+1003+922+777=2729
তৃতীয় ৰাউণ্ডৰ অন্তত বিপিএফৰ ৰিহণ দৈমাৰী ২৪৬৩ টা ভোটত আগবাঢ়ি আছে।
৩৯ নং পাচনৈ চেৰফাং (NON ST) সমষ্টি
বিপিএফঃ 31+1068+1539+1582=4220
ইউ পি পি এলঃ -3+302
ৰাজু ঢাকালঃ 28+920+2059+2033=4092
তৃতীয় ৰাউণ্ডৰ অন্তত বিজেপিৰ প্ৰাৰ্থীগৰাকী ৯৪৮ টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী।
৪০ নং ৰৌতা সমষ্টি
বিপিএফঃ 67+3763+4055++4816=12701
ইউপিপিএঃ 52+3264+3245+3471=10032
চতুৰ্থ ৰাউণ্ডৰ অন্তত সমষ্টিটোত বিপিএফৰ প্ৰাৰ্থীগৰাকী ২৬৬৯ টা ভোটত আগবাঢ়ি আছে।