বিটিচি নিৰ্বাচনঃ এতিয়ালৈকে কোনো কোনে মাৰিলে শেষ হাঁহি?

অব্যাহত আছে বিটিচি নিৰ্বাচনৰ ভোটগণনা। বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী জয়ী হৈছে দেৱৰগাওঁ সমষ্টিৰ পৰা।  চিৰাং দুৱাৰ সমষ্টিৰ পৰা জয়ী হৈছে ইউ পি পি এলৰ খাম্পা বৰগয়াৰী। 

author-image
Tushar Pratim
New Update
BTC 26
  • অব্যাহত আছে বিটিচি নিৰ্বাচনৰ ভোটগণনা।
  • বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী জয়ী হৈছে দেৱৰগাওঁ সমষ্টিৰ পৰা। 
  • চিৰাং দুৱাৰ সমষ্টিৰ পৰা জয়ী হৈছে ইউ পি পি এলৰ খাম্পা বৰগয়াৰী। 
  • নিচিমা সমষ্টিৰ পৰা জয়ী হৈছে বি পি এফৰ প্ৰাৰ্থী জেমছ বসুমতাৰী।
  • কচুগাওঁ সমষ্টিৰ পৰা জয়ী হৈছে বিপিএফ প্ৰাৰ্থী তথা বিধায়ক ৰবিৰাম নাৰ্জাৰী।
  • কাজল গাওঁ সমষ্টিত চন্দন ব্ৰহ্মক পৰাস্ত কৰি জয়ী হৈছে বি পি এফৰ পানীৰাম ব্ৰহ্ম।   
  • বাওখুংগ্ৰী সমষ্টিৰ পৰা জয়ী হৈছে বিপিএফৰ ধনেশ্বৰ গয়াৰী।
  • গৈবাৰী সমষ্টিৰ পৰা জয়ী হৈছে ইউ পি পি এলৰ প্ৰধান প্ৰমোদ বড়ো।
  • দৰংগাজুলিৰ পৰা জয়ী হৈছে বিজেপিৰ প্ৰাৰ্থী বিজিত গোৰা নাৰ্জাৰী।
  • ৩১ নং খৈৰাবাৰী সমষ্টিত জয়ী হৈছে বিপিএফৰ প্ৰাৰ্থীৰ লৌমাশ্ৰী দৈমাৰী।
  • ২১ নং শালবাৰী সমষ্টিৰ পৰা জয়ী হৈছে দিগন্ত গয়াৰী।
  • ১৮ নং মানস ছেৰফাং ছেৰফাং সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে বিজয়ী ধনঞ্জয় বসুমতাৰী। 
  • ৩৭ নং ধনশ্ৰী সমষ্টিত জয়ী বিপিএফ প্ৰাৰ্থী ফ্ৰেছ মুছাহাৰী। 
  • চিৰাং সমষ্টিত জয়ী হৈছে বিপিএফৰ শুকুৰসিং মুছাহাৰী। 
  • মাথনগুৰি সমষ্টিত জয়ী হৈছে বেগম আখটাৰা আহমেদ।
নিৰ্বাচন বি টি চি