New Update
/asomiyapratidin/media/media_files/2025/08/26/btc-26-2025-08-26-23-26-23.jpg)
- বি টি চি নিৰ্বাচনৰ বাবে জয় ভাৰত পাৰ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা।
- মঙলবাৰে দলটোৱে ঘোষণা কৰে ৭ গৰাকী প্ৰাৰ্থীৰে প্ৰথমখন প্ৰাৰ্থী তালিকা।
- ১৪ নং চিৰাং দুৱাৰ সমষ্টিৰ বাবে ভৱেন্দ্ৰ ব্ৰহ্মৰ নাম ঘোষণা।
- ২৭ নং নাগ্ৰীজুলি সমষ্টিৰ বাবে অজয় কৰ্মালীৰ নাম ঘোষণা।
- ৩২ নং ভেৰগাওঁ সমষ্টিৰ বাবে দেৱজিত বসুমতাৰীৰ নাম ঘোষণা।
- ৩৩ নং ননউই ছেৰফাং সমষ্টিত ৰিটেন কৰ্মকাৰক প্ৰাৰ্থিত্ব প্ৰদান।
- ৩৬ নং হৰিশিঙা সমষ্টিৰ বাবে নবিকল নাৰ্জাৰীক প্ৰাৰ্থিত্ব প্ৰদান।
- ৩৮ নং ভৈৰৱকুণ্ড সমষ্টিত বিমল মুছাহাৰীক প্ৰাৰ্থিত্ব প্ৰদান।
- ৩৯ নং ছেৰফাং সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে সুমিত ৰাজ মিঞ্জক।