/asomiyapratidin/media/media_files/2025/12/21/whatsapp-image-2025-12-21-23-33-52.jpeg)
ডিজিটেল ডেস্কঃ ছাত্ৰ নেতা তথা ইনকিলাব মঞ্চৰ আহ্বায়ক শ্বৰীফ ওছমান হাদীৰ মৃত্যুৰ পাছত অব্যাহত আছে বাংলাদেশৰ উত্তপ্ত পৰিস্থিতি। ৰাজধানী ঢাকাত শেহতীয়া সময়ছোৱাত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে। দেশখনত সংখ্যালঘু হিন্দু ধৰ্মীয় লোকৰ ওপৰত নিৰ্যাতনৰ বহু খবৰো পোহৰলৈ আহিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/21/image-49-2025-12-21-23-34-16.png)
উল্লেখ্য যে, হিন্দু ধৰ্মাৱলম্বী লোকৰ ওপৰত বাংলাদেশত হোৱা নিৰ্যাতনক ভাৰতীয় লোকে তীব্ৰ গৰিহণা প্ৰদান কৰা পৰিলক্ষিত হৈছে। ইপিনে ভাৰত-বাংলাদেশ সীমান্তত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।সীমান্ত বাহিনীৱে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু আইন অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈছে। ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফ, কাছাৰ-মিজোৰাম ফ্ৰণ্টিয়াৰে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে।
/asomiyapratidin/media/post_attachments/fd94f025-a93.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us