New Update
- কোৰোনাৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত।
- সপ্তাহটোৰ প্ৰত্যেক দেওবাৰে উত্তৰ প্ৰদেশত জাৰি কৰা হৈছে সম্পূৰ্ণ লকডাউন।
- জৰুৰীকালীন সেৱাৰ বাহিৰে বাকী সকলো সেৱা বন্ধ থাকিব।
- বিনা মাস্কত থাকিলে প্ৰথমে ১০০০হাজাৰ আৰু তাৰ পাছত ১০গুণ পৰ্যন্ত বেছিকৈ জৰিমনা বিহিব প্ৰশাসনে।