/asomiyapratidin/media/media_files/2025/12/13/1-2025-12-13-13-15-50.jpg)
ডিজিটেল ডেস্কঃ নগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নগাঁৱৰ পুৰণিগুদামৰ চৰকাৰী বিষয়াক কাৰ্যালয়ৰ ভিতৰতে ধন দাবী কৰি ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগ উত্থাপন কৰিছে এজন বিজেপি দলৰ ৱাৰ্ড সদস্যৰ বিৰুদ্ধে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/13/efd79a29-3ef9-42bd-9d5a-32095ac693ab-2025-12-13-13-13-13.jpeg)
উল্লেখ্য যে, নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত পুৰণিগুদাম গাওঁ পঞ্চায়তৰ সচিব লক্ষ্যজোতি বৰাক ৱাৰ্ড সদস্য নিতুল গায়নে ভয় ভাবুকি প্ৰদান কৰি জেলত ভৰোৱাৰ হুংকাৰ দিয়াক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।ঘটনা সন্দৰ্ভত নগাঁৱৰ পুৰণিগুদাম আৰক্ষী চকীত গোচৰ তৰে সচিব গৰাকীয়ে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/13/0013f814-1afe-4f09-a9d8-33a99c0fe37e-2025-12-13-13-13-59.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us