●ওদালগুৰিত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী
●বিটিচি নিৰ্বাচনৰ বিপিএফ দলৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি
●ওদালগুৰিত দলটোৱে মুকলি কৰে দলটোৰ নিৰ্বাচনী ইস্তাহাৰ
●ওদালগুৰিৰ ধনশ্ৰী পৰিষদীয় সমষ্টিৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত ইস্তাহাৰ মুকলি কৰে দলটোৱে
●সভাত উপস্থিত থাকে মন্ত্ৰী ৰিহন দৈমাৰীৰ লগতে বিপিএফৰ সাধাৰণ সম্পাদক প্ৰৱীন বড়ো, বিধায়ক চৰণ বড়ো