Published on:
Updated on:
- অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলমত অঘটন।
- নৈত উটি গৈ সন্ধানহীন ১জন যুৱক।
- ৩ বন্ধুৰ সৈতে কালিংপটনম বীচত সাতুৰিবলৈ গৈছিল যুৱকজন।
- নৈত সাতুৰি থাকোতে সন্ধানহীন হৈ পৰে যুৱকজন।
- পিছত লগৰ ৩ বন্ধুৱে যুৱকজনৰ সন্ধান বিচাৰে যদিও নৈৰ সোঁতত উটি যায় ৩ বন্ধুও।
- অৱশ্যে পিছত উদ্ধাৰকাৰী বাহিনীয়ে সুকলমে উদ্ধাৰ কৰে বাকী ৩ বন্ধুক।
- কিন্তু এতিয়াও সন্ধানহীন হৈ থকা যুৱকজনৰ সন্ধান পোৱা হোৱা নাই।
- উদ্ধাৰকাৰী দলে বৰ্তমানেও অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
Code:
Asomiya Pratidin
www.asomiyapratidin.in