New Update
/asomiyapratidin/media/media_files/2025/08/28/breaking-news-2025-08-28-23-37-06.jpg)
- মহানগৰীৰ বৰবাৰীত চাঞ্চল্যকৰ ঘটনা
- Toosonj গেষ্ট হাউছত উদ্ধাৰ দুটাকৈ মৃতদেহ
- কিশোৰসহ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ ল’জৰ কোঠাত
- তেজে তুমৰলি অৱস্থাত উদ্ধাৰ কিশোৰজনৰ মৃতদেহ
- চিপ লোৱা অৱস্থাত উদ্ধাৰ যুৱক মকিবুৰ ৰহমানৰ মৃতদেহ
- শনিবাৰে পুৱাৰে পৰা সন্ধানহীন হৈ আছিল কিশোৰটি
- চানমাৰি থানাত ৰুজু হৈছিল কিশোৰজনৰ নিৰুদ্দেশৰ গোচৰ
- কিশোৰজনক হত্যা কৰি মকিবুৰে আত্মহত্যা কৰাৰ সন্দেহ
- আৰক্ষীৰ প্রাথমিক অনুসন্ধানত প্রকাশ এই তথ্য
- ৫ ছেপ্টেম্বৰত গেষ্ট হাউছৰ কোঠাটো বুক কৰিছিল মকিবুৰে
- মকিবুৰে চিকিৎসাকৰ বাবে গুৱাহাটীলৈ অহাৰ কথা জনাই বুক কৰিছিল কোঠা
- নিশা ২ বজাত আৰক্ষীৰ অভিযানত উদ্ধাৰ মৃতদেহ দুটা
- ফৰেনচিকৰ দলে তন্নতন্নকৈ পৰীক্ষা কৰিছে গেষ্ট হাউছৰ ভিতৰ ভাগ
- স্নীফাৰ ডগৰো সহায় লৈছে আৰক্ষীয়ে