Published on:
Updated on:
- ইণ্ডিগ' বিমানত বোমাতংক।
- পলমকৈ উৰিল মুম্বাই-লক্ষ্নৌ অভিমুখী ৬ই-৩৬১২ নম্বৰৰ বিমান খন।
- বিমানবন্দৰ কৰ্তৃপক্ষই লাভ কৰিছিল বিমান খনত বোমা থকাৰ এক ফোন কল।
- নিৰাপত্তাৰক্ষীয়ে তাৰপাচতে বিমানখনত চলায় তালাচী।
- পাচত গম পোৱা বিমান খনত বোমা থকাৰ খবৰ দিয়া ব্যক্তিজন মানসিকভাৱে ভাৰাসাম্যহীন।
- ১ঘন্টাৰ অন্তত সুচাৰুৰূপে উৰা মাৰে বিমানখনে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in