New Update
/asomiyapratidin/media/media_files/2025/12/10/breaking-news-2025-12-10-17-15-50.jpg)
- বোকাজানত জব্দ বুজন পৰিমাণৰ প’ষ্টাসহ দুই সৰবৰাহকাৰী
- খটখটি আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ
- মণিপুৰৰ পৰা অহা এখন ট্ৰেইলাৰত জব্দ ড্ৰাগছখিনি
- ট্ৰাকখনৰ বডি বক্সত কৌশলগত ভাৱে লুকুৱাই আনিছিল ড্ৰাগছখিনি
- জব্দ ১১টা পেকেটত ৫ কেজি ৮১৫ গ্ৰাম প’ষ্টা
- আটক পাঞ্জাৱৰ লুখবিন্দৰ সিং আৰু পৰমিন্দৰ সিং নামৰ দুই সৰবৰহাকাৰী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us