সত্ৰ ন্যায়াধীশৰ পত্নী আৰু পুত্ৰলৈ গুলীবৰ্ষণ৷ন্যায়াধীশগৰাকীৰ দেহৰক্ষীয়ে সংঘটিত কৰিলে এই কাণ্ড৷গুৰুগ্ৰামৰ চেক্টৰ ৪৯ত এই ঘটনা৷আহত দুইজনকে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি৷গুলীবৰ্ষণ কৰা দেহৰক্ষীজনক আটক আৰক্ষীৰ৷