বড়ো সাহিত্য সভাঃ দ্বিতীয় দিনা পতাকা উত্তোলন সভাপতি ড০ সুৰথ নাৰ্জাৰীৰ

বড়ো সাহিত্য সভাৰ ৬৫ তম অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি বড়ো সাহিত্য সভাৰ পতাকাখন উত্তোলন কৰে বড়ো সাহিত্য সভাৰ সভাপতি ড০ সুৰথ নাৰ্জাৰীয়ে ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,চিৰাংঃ  চিৰাং জিলাৰ বিজনীৰ অন্তৰ্গত বৰলাউগাৱৰ অধীনৰ থেংফাখ্ৰি পথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ৬৫ তম অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি বড়ো সাহিত্য সভাৰ পতাকাখন উত্তোলন কৰে বড়ো সাহিত্য সভাৰ সভাপতি ড০ সুৰথ নাৰ্জাৰীয়ে ।

WhatsApp Image 2026-01-10 at 9.16.42 AM

 শ্বহীদ তৰ্পণ কৰে বড়ো সাহিত্য সভাৰ উপ সভাপতি চিতাৰাম বসুমতাৰীয়ে । স্মৃতি তৰ্পণ কৰে বড়ো সাহিত্য সভাৰ উপ সভাপতি প্ৰসান্ত বড়োই । অনুষ্ঠানটোত এক মিনিট শোক সভা অনুষ্ঠিত কৰে ।

WhatsApp Image 2026-01-10 at 9.16.41 AM (1)

আজি গধুলি ৭.৩০ বজাত অনুষ্ঠিত হ’ব লগীয়া প্ৰতিনিধি সভাত আগন্তুক তিনিবছৰৰ বাবে বিষয়ববীয়া নিৰ্বাচনটো অধীক সভাপতি দাবীদাৰ হোৱা হেতুকে ভোট গ্ৰহণৰ দ্বাৰা নিৰ্বাচিত হোৱাৰ অধিক সম্ভাৱনা আছে ।

WhatsApp Image 2026-01-10 at 9.16.41 AM

বড়ো সাহিত্য সভা চিৰাং বিজনী