দেহত কোভিডৰ লক্ষণ, চিকিৎসালয়ত ভৰ্তি বিজেপিৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰ…

দেহত কোভিডৰ লক্ষণ, চিকিৎসালয়ত ভৰ্তি বিজেপিৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰ…
  • বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সন্দ্বীপ পাত্ৰ চিকিৎসাধীন হৈ আছে এখন ব্যক্তিগত চিকিৎসালয়ত।
  • গুৰুগ্ৰামৰ এই চিকিৎসালয়ত চিকিৎসাধীন সন্দ্বীপ পাত্ৰৰ দেহত কোভিড-১৯ৰ লক্ষণ দেখা দিয়া বুলি ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ বাতৰিত প্ৰকাশ।
  • মেদান্তা হাস্পতালত মঙলবাৰে ভৰ্তি হয় বিজেপি নেতাগৰাকী।
  • এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে এতিয়ালৈকে কোনো তথ্য সদৰী কৰা নাই চিকিৎসালয়ৰ কৰ্তৃপক্ষই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in