New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/5a1155fe-dc1b-4011-9743-4ddd8c365916.jpg)
- বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত অবিজেপি নেতা।
- অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই অংশ ললে এই কাৰ্যনিৰ্বাহকত।
- উত্তৰ গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এই কাৰ্যনিৰ্বাহক বৈঠক।
- জাতীয় সাজপাৰ পিন্ধি বিজেপিৰ নেতা মন্ত্ৰীয়ে।
- এই বৈঠকতে অগপৰ জ্যেষ্ঠ নেতা কেশৱ মহন্তৰ উপস্থিতিক লৈ চৰ্চা।
- দলীয় এখন সভাত কেশৱ মহন্তৰ উপস্থিতিৰ কিহৰ ইংগিত।
- পূৰ্বতে এনে উদাহৰণ নাই অসমৰ ৰাজনীতিত।
- গেৰুৱা সাজ পিন্ধিব নেকি কেশৱ মহন্তই।
- সামাজিক মাধ্যমত তীব্ৰ চৰ্চা।