বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত কেশৱ মহন্ত! গেৰুৱা সাজ পিন্ধিব নেকি অগপ নেতাই…

বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত কেশৱ মহন্ত! গেৰুৱা সাজ পিন্ধিব নেকি অগপ নেতাই…
  • বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত অবিজেপি নেতা।
  • অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই অংশ ললে এই কাৰ্যনিৰ্বাহকত।
  • উত্তৰ গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এই কাৰ্যনিৰ্বাহক বৈঠক।
  • জাতীয় সাজপাৰ পিন্ধি বিজেপিৰ নেতা মন্ত্ৰীয়ে।
  • এই বৈঠকতে অগপৰ জ্যেষ্ঠ নেতা কেশৱ মহন্তৰ উপস্থিতিক লৈ চৰ্চা।
  • দলীয় এখন সভাত কেশৱ মহন্তৰ উপস্থিতিৰ কিহৰ ইংগিত।
  • পূৰ্বতে এনে উদাহৰণ নাই অসমৰ ৰাজনীতিত।
  • গেৰুৱা সাজ পিন্ধিব নেকি কেশৱ মহন্তই।
  • সামাজিক মাধ্যমত তীব্ৰ চৰ্চা।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in