কোনে পালে টিকটঃ বিজেপিৰ ১৭জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ…

কোনে পালে টিকটঃ  বিজেপিৰ ১৭জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ…

১৭টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে বিজেপিয়ে।

  • দিছপুৰ-অতুল বৰা
  • পূৱ গুৱাহাটী-সিদ্ধাৰ্থ ভট্টাচাৰ্য,
  • হাজো-সুমন হৰিপ্ৰিয়া
  • ধৰ্মপুৰ-চন্দ্ৰ মোহন পাটোৱাৰী
  • বৰক্ষেত্ৰী-নাৰায়ণ ডেকা
  • দক্ষিণ শালমাৰা-আশ্বাদুল ইছলাম
  • ধুবুৰী-ডা০ দেবাময় সন্যাল
  • গোলোকগঞ্জ-অশ্বিনী ৰায় চৰকাৰ
  • বিলাসীপাৰা পশ্চিম-ডা০ আবু বক্কৰ চিদ্দিকী
  • বিলাসীপাৰা পূব-অশোক সিংঘী
  • বিজনী-অজয় কুমাৰ ৰায়
  • দুধনৈ-সম্যজিৎ ৰাভা
  • জলেশ্বৰ-ওচমান গণী
  • সৰভোগ-শংকৰ চন্দ্ৰ দাস
  • জানিয়া-ছাহিদুল ইছলাম
  • বাঘবৰ-হাছিনাৰা খাতুন
  • পলাশবাৰী-হেমাংগ ঠাকুৰীয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in