Published on:
Updated on:
- মধ্য প্ৰদেশত তুংগত উঠিছে কংগ্ৰেছ-বিজেপিৰ নিৰ্বাচনী যুঁজ।
- এবাৰ যদি কংগ্ৰেছ, তেন্তে এবাৰ বিজেপিৰ অগ্ৰগতি লাভ।
- ৰাজ্যখনৰ শেহতীয়া ফল অনুযায়ী ১১১ খনত অগ্ৰগতি লাভ কৰি আছে বিজেপিয়ে।
- তাৰ সমান্তৰালকৈ ১০৯ খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ।
- এতিয়ালৈকে ফলাফল ঘোষণা হোৱা আসনৰ ২৭ খনত কংগ্ৰেছৰ জয়লাভ।
- বিজেপিয়ে জয়লাভ কৰিছে ২৬ খন আসনত।
- আই এন ডি আৰু বি এছ পি আগবাঢ়ি আছে ৫খন আসনত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in