New Update
/asomiyapratidin/media/media_files/2026/01/20/srassamsiladitya-2026-01-20-17-30-57.jpg)
- ভোটাৰ তালিকা পুনৰীক্ষণ সন্দৰ্ভত বিস্ফোৰক মন্তব্য প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ
- 'ৰাজ্যত চলি থকা SR প্ৰক্ৰিয়াত নতুনকৈ বহু বাংলাদেশী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে'
- 'SRৰ ক্ষেত্ৰত নিয়োজিত সকলো বিষয়া সজাগ হ'ব লাগে'
- সমগ্ৰ SR প্ৰক্ৰিয়াক আমছুৱে বিপথে পৰিচালনা কৰি থকাৰ অভিযোগ প্ৰাক্তন বিধায়কগৰাকীৰ
- 'অসমক এক মুছলিম সংখ্যাগুৰু ৰাজ্য বনোৱাৰ এজেণ্ডা লৈ কাম কৰি আছে'
- এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী কঠোৰ হোৱাৰ পোষকতা কৰে বিজেপিৰ জ্যেষ্ঠ নেতা গৰাকীয়ে
- হাজোত সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত SR প্ৰসঙ্গত সৰৱ শিলাদিত্য দেৱ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us