New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/D1ymjK_U8AE1AfO.jpg)
- দিল্লীত বিজেপি কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ সৈতে অসমৰ নেতাৰ বৈঠক।
- বৈঠকত উপস্থিত আছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাম মাধৱ আৰু কিৰেণ ৰিজিজু।
- অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দু আৰু মহেন্দ্ৰ সিঙো উপস্থিত আছে বৈঠকত।
- ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী মোডীয়েও বৈঠকত ভাগ লৈছে।
- বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ আন বিষয়ববীয়াসকলৰ উপস্থিতিত এই বৈঠক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D1ymgnnUwAAHcFL.jpg)