/asomiyapratidin/media/media_files/2025/12/15/1-2025-12-15-16-04-39.jpg)
ডিজিটেল সংবাদ,গহপুৰঃ অসম অসামৰিক সেৱাৰ ২০০৪ বৰ্ষৰ বিষয়া লক্ষীনন্দন চহৰীয়াই বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। বিশ্বনাথত যোগদান কৰাৰ পূৰ্বে তেওঁ বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/15/13ff08ca-69c4-4748-84cd-9964b0b18073-2025-12-15-16-01-21.jpeg)
উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা অসম অসামৰিক সেৱাৰ ১৯৯৫ বৰ্ষৰ বিষয়া সীমান্ত কুমাৰ দাসৰ পদোন্নতিসহ অসম চৰকাৰৰ কৰ্মচাৰী বিভাগৰ সচিব হিচাবে বদলি হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ স্থানত পদস্থাপন হোৱা লক্ষীনন্দন চহৰীয়াই আনুষ্ঠানিকভাৱে এই দায়িত্বভাৰ গ্ৰহণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/15/13ff08ca-69c4-4748-84cd-9964b0b18073-2025-12-15-16-01-33.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us