/asomiyapratidin/media/media_files/2025/12/28/gytuytyuyi-2025-12-28-16-49-58.jpg)
ডিজিটেল সংবাদ, বিহালীঃ বিশ্বনাথ জিলা প্ৰশাসনে আজি পুৱা ৬ বজাৰ পৰা বিহালী বাঘমাৰীত চলাইছে উচ্ছেদ অভিযান। ২৬৫ বিঘা ৩ কঠা ১৫ লোচা পিজিআৰ, আৰু ভিজিআৰ চলিছে এই ভূমি উচ্ছেদ অভিযান। পিছে প্ৰশাসনে উচ্ছেদস্থলীত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰা বিষয়কলৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/captureyui9yu9i-2025-12-28-16-50-53.jpg)
সাংবাদিক প্ৰৱেশ নিষিদ্ধকৰণত বাবে উচ্ছেদ ক্ষেত্ৰত পৰা বা বাতৰি প্ৰকাশ কৰাত যথেষ্ট অসুবিধা সন্মুখীন হৈছে সাংবাদিক সকল ৷ আনকি জিলা প্ৰশাসনে সাংবাদিক প্ৰৱেশ নিষিদ্ধ কৰাৰ পিছত জিলা প্ৰশাসনৰ পৰা কোনো বিষয়া বৰ্গ নিয়োগ কৰি উচ্ছেদ তথ্য প্ৰদান নকৰাৰো অভিযোগ সাংবাদিকৰ৷ ইয়াকে লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us