কিউবাৰ ৰাষ্ট্ৰপতিৰে বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ দ্বিপাক্ষিক বৈঠক

আলোচনাত মেলিছা হাৰিকেনৰ ক্ষতিক মোকাবিলা কৰিবলৈ ভাৰতবৰ্ষই প্ৰেৰণ কৰা সাহায্যসামগ্ৰী আনুষ্ঠানিকভাৱে অৰ্পন কৰে।

author-image
Asomiya Pratidin
New Update
191
  • কিউবাৰ ৰাজধানী হাভানাত বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা।
  • সোমবাৰে কিউবাৰ ৰাজধানী হাভানাত উপস্থিত হয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। 
  • কিউবাৰ ৰাষ্ট্ৰপতি মিগুৱেল ডিয়াজ-কানেলৰ সৈতে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা এক সুদীৰ্ঘ দ্বিপাক্ষিক বৈঠকত মিলিত হয়।
  • ইয়াৰোপৰি এক আলোচনাতো অংশ লয় কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই।
  • এই আলোচনাত মাৰ্ঘেৰিটাই কিউবাৰ দুগৰাকী উপ-প্ৰধানমন্ত্ৰী আৰু ছগৰাকী বিভিন্ন দপ্তৰৰ মন্ত্ৰীৰ সৈতে এলানি আলোচনা কৰে।
  • আলোচনাত মেলিছা হাৰিকেনৰ ক্ষতিক মোকাবিলা কৰিবলৈ ভাৰতবৰ্ষই প্ৰেৰণ কৰা সাহায্যসামগ্ৰী আনুষ্ঠানিকভাৱে অৰ্পন কৰে।

WhatsApp Image 2025-11-11 at 5.57.56 PM

pabitra margherita