/asomiyapratidin/media/media_files/2025/08/15/zxzxzxzx-2025-08-15-17-22-06.jpg)
ডিজিটেল সংবাদ, মায়ংঃ স্বাধীনতা দি।ৱস উপলক্ষে পবিতৰা অভয়াৰণ্যৰ বনৰক্ষী সকলে শুকুৰবাৰে অনুষ্ঠিত কৰে বাইক ৰেলী, নাওখেল আৰু ভলীবল প্ৰতিযোগিতা
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/15/capturecxcxcxcxcxcx-2025-08-15-17-17-23.jpg)
বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত এইবাৰ উলহ মালহেৰে উদযাপন কৰা হয় স্বাধীনতা দিৱস। এই বাইক ৰেলী পবিতৰাৰ পৰা গৈ আমচাং অভয়াৰণ্য হৈ সোনাপুৰ চামতা পথেৰে পুনৰ পবিতৰালৈ যাত্ৰা কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/15/capturexxxxxxxxxxx-2025-08-15-17-17-48.jpg)
ইয়াৰ পিছতেই অভয়াৰণ্যখনৰ ডাক বাংলাৰ সন্মুখত থকা হাডুক বিলত নাওখেল অনুষ্ঠিত কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/15/capturefdfdf-2025-08-15-17-18-56.jpg)
আনহাতে, বঁটা প্ৰদান অনুষ্ঠানত পবিতৰাৰ ডিএফঅ' আৰু প্ৰাক্তন বন বিষয়া মুকুল তামুলীৰ লগতে মায়ঙৰ গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us