বীৰ লাচিত সেনাৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ বিকাশ অসমক

বিকাশ অসমক বীৰ লাচিত সেনাৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰিছে সংগঠনটোৱে। মুঠ ৫৪ জন সদস্যক বহিষ্কাৰৰ সিদ্ধান্ত লয় সংগঠনটোৱে। সংগঠনবিৰোধী কামত লিপ্ত থকাৰ অভিযোগত বহিষ্কাৰ কৰে বীৰ লাচিত সেনাই

author-image
Asomiya Pratidin
New Update
1
  • বীৰ লাচিত সেনাৰ পৰা বহিষ্কাৰ বিকাশ অসমক
  • মুঠ ৫৪জন সদস্যক বহিষ্কাৰৰ সিদ্ধান্ত সংগঠনটোৰ
  • সংগঠন বিৰোধী কামত লিপ্ত থকাৰ অভিযোগত বহিষ্কাৰ
  • তদন্ত সমিতিৰ প্রতিবেদনৰ পাছতেই এই সিদ্ধান্ত সংগঠনটোৰ
  • বীৰ লাচিত সেনাৰ চিন্তন বৈঠকত লোৱা হয় এই সিদ্ধান্ত
বীৰ লাচিত সেনা