Published on:
Updated on:
- বিহাৰ নিৰ্বাচনৰ ফলাফলক লৈ নিৰ্বাচনী আয়োগৰ শেহতীয়া তথ্য প্ৰকাশ।
- তিনি খন আসনৰ চূড়ান্ত ফলাফল ঘোষণা কৰিছে আয়োগে।
- এই তিনিখন আসনৰ ভিতৰত দুখন আসনত আগবাঢ়ি আছে জে ডি ইউ।
- আৰ ডে ডি জয়ী হৈছে এখন আসনত।
- উল্লেখ্য যে, এইবাৰৰ ফলাফল ঘোষণা কিছু পলম হব বুলি সদৰি কৰিছে নিৰ্বাচনী আয়োগে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in