New Update
/asomiyapratidin/media/media_files/2026/02/17/lkjdfkjsdfkjdfjdf-2026-02-17-20-20-41.jpeg)
- বিজেপিত যোগদান কৰিব ভূপেন বৰাই
- ২২ ফেব্ৰুৱাৰীত ভাৰতীয় জনতা পাৰ্টিত ভূপেন বৰাই কৰিব যোগদান
- ভূপেন বৰাক সাক্ষাৎ কৰাৰ পাছত মুখ্যমন্ত্ৰীৰ সংবাদমেল
- সংবাদমেলত ভূপেন বৰাৰ বিজেপি যোগদানৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে
- ভূপেন বৰাৰ সৈতে বহু কংগ্ৰেছী নেতা-কৰ্মীয়ে যোগ দিব বিজেপিত
- 'কংগ্ৰেছত থাকিও ভূপেন বৰাই অসমৰ খিলঞ্জীয়া লোকৰ বাবে কাম কৰি আহিছে'
- 'তেওঁ বহু কষ্ট পাইহে বিজেপিত আহিছে'
- 'ভূপেন বৰাই দৰদাম কৰি বিজেপিত যোগ দিয়া নাই'
- 'যথাযোগ্য সন্মান ভূপেন বৰাক দিয়া হ'ব বিজেপিত'
- 'ভূপেন বৰাৰ বাবে অসমত সমষ্টিৰ অভাৱ নাই'
- 'ভূপেন বৰা বিজেপিৰ এজেন্ট নাছিল'
- 'ভূপেন বৰাৰ উদ্যোগত লখিমপুৰত হ'ব বিশাল যোগদান কাৰ্যসূচী'
- 'কালি নিশাই বিজেপিত যোগদানৰ সিদ্ধান্ত হৈছিল'
- সংবাদমেলত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
- ভূপেন বৰাই বিজেপিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰো ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us