মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মানি ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ পদ এৰিলে ভাস্কৰ জ্যোতি মহন্তই...

ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদ এৰিলে ভাস্কৰ জ্যোতি মহন্তই।  ৰাজ্যপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে ৰাজ্যৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। উল্লেখ কৰা প্ৰয়োজন যে, জুবিন গাৰ্গৰ

author-image
Asomiya Pratidin
New Update
bnhhhss

ডিজিটেল ডেস্কঃ ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদ এৰিলে ভাস্কৰ জ্যোতি মহন্তই।  ৰাজ্যপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে ৰাজ্যৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। 

উল্লেখ কৰা প্ৰয়োজন যে, জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ পাছতে ভাতৃ শ্যামকানু মহন্তৰ বিৰুদ্ধে কেইবাখনো আৰ টি আই আবেদন দাখিল কৰা হৈছিল। RTI আবেদনলৈ চাই মহন্তক পদত্যাগৰ পৰামৰ্শ দিছিল মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মানিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভাস্কৰ জ্যোতি মহন্তই।

উল্লেখ কৰা প্ৰয়োজন যে, ২০২৩ত চনত মুখ্য আয়ুক্তৰ দায়িত্ব লৈছিল ভাস্কৰজ্যোতি মহন্তই। 

ভাস্কৰ জ্যোতি মহন্ত