ভালুকপুঙত লামডিঙৰ যুৱক সন্ধানহীন…

ভালুকপুঙত লামডিঙৰ যুৱক সন্ধানহীন…

author-image
asomiyapratidin
New Update
ভালুকপুঙত লামডিঙৰ যুৱক সন্ধানহীন…

  • শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৰ ভালুকপুঙত লামডিঙৰ যুৱক সন্ধানহীন ৷
  • ভালুকপুঙত বনভোজ খাবলৈ আহি সন্ধানহীন যুৱকজন ৷
  • ভালুকপুঙৰ ৮ মাইলত জীয়াভৰলী নৈত সন্ধানহীন যুৱকজন ৷
  • এটা ৫জনীয়া দল বনভোজ খাবলৈ আহিছিল ভালুকপুঙলৈ।
  • যুৱকজন লামডিংৰ কৌস্তৱ পাল বুলি জানিব পৰা গৈছে।
  • লামডিঙৰ পৰা বনভোজ খাবৰ বাবে ভালুকপুঙলৈ গৈছিল বুলি জানিব পৰা গৈছে।
  • যুৱক জনৰ পিতৃ মাতৃ ৰেলবিভাগত কৰ্মৰত ৷
  • যুৱকজন বৃ্ত্তিত আছিল অভিযন্তা ৷