New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
ৰে’ল দুৰ্ঘটনা
- পুনৰ সংঘটিত হ'ল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা
- ট্ৰেকৰ পৰা বাগৰিল বেংগালুৰু-কামাখ্যা এচি ছুপাৰ ফাষ্ট এক্সপ্ৰেছ
- লাইনচ্যুত হ'ল ৰে'লখনৰ ১১টা ডবা
- ওড়িশাৰ কটক জিলাৰ নেৰগুণ্ডি ৰে'লৱে ষ্টেচনৰ সমীপত এই দুৰ্ঘটনা
- বেংগালুৰুৰ পৰা কামাখ্যা অভিমুখী আছিল ৰে’লখন
- ৰে’ল দুৰ্ঘটনাত এজন যাত্ৰীৰ মৃত্যু খবৰ
- ৰে’ল কৰ্তৃপক্ষই এতিয়াও নিশ্চিত কৰিব পৰা নাই এই মৃত্যু
- দুৰ্ঘটনাস্থলীত উপস্থিত ৰে’লৱেৰ সংশ্লিষ্ট বিষয়া
- এনডিআৰএফৰ দলো উপস্থিত হৈছে দুৰ্ঘটনাস্থলীত