/asomiyapratidin/media/media_files/2025/05/08/f28iDF6QgBpbCZXwgqEr.jpg)
ডিজিটেল ডেস্কঃ যুদ্ধৰ দাদামা বাজিছে ভাৰতত। বৃহস্পতিবাৰে ধৰমশালাত চলিত পঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছৰ মাজৰ আই পি এল খেল হঠাৎ বন্ধ কৰি দিয়াৰ পাছতে বি চি চি আয়ে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত।
বি চি চি আয়ে ঘোষণা কৰিছে যে, ধৰমশালাৰ পৰা সকলো খেলুৱৈক বিমানেৰে নহয় বিশেষ ৰে'ল যোগে উভতাই পঠোৱাৰ ব্যৱস্থা কৰা হৈছে। শেহতীয়া যুদ্ধকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে বি চি চি আয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us