/asomiyapratidin/media/media_files/2026/01/01/1-2026-01-01-14-24-24.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱাঃ ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনা অসমীয়া জাতিৰ জনক জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ আগমন ঘটিল ভকত বৈষ্ণৱ, আইমাতৃ, দৰ্শনাাৰ্থী, তীৰ্থযাত্ৰীৰ। নতুন বছৰটোৱে যাতে সকলোলৈকে সুখ-শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনে সেই মনোকামনাৰে সকলোৱে আহি গুৰুজনাৰ শ্ৰীচৰণত আশীষ গ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/02aa7e63-871.png)
আজিৰ এই বিশেষ দিনটো পুৱাৰ সুকোমল সূৰুযৰ পৰশত নতুন আশা, ন প্ৰত্যাশা লৈ ন-উদ্যমেৰে ২০২৬ বৰ্ষতো আৰম্ভ কৰিছে সকলো লোকে ৷ নিজৰ লগতে নিজৰ পৰিয়াল কুটুম্বৰ মংগল কামনাৰে বিভিন্ন মঠ মন্দিৰ, সত্ৰ নামঘৰত ভিৰ কৰা পৰিলক্ষিত হৈছে ।
/asomiyapratidin/media/post_attachments/db852a4a-99b.png)
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত প্ৰাণ তীৰ্থযাত্ৰী, দৰ্শনাৰ্থীয়ে এভাগ নৈবেদ্য আগবঢ়ায় কীৰ্তনঘৰ, পদশিলা আৰু দৌল মন্দিৰত সেৱা জনায় নিজৰ লগতে অসমবাসীৰ মঙ্গল কামনা কৰে।
/asomiyapratidin/media/post_attachments/afe77248-db9.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us