Published on:
Updated on:
- বটদ্ৰৱাৰ হাইডুবি গাঁৱত হত্যাকাণ্ড।
- সীমা বিবাদক কেন্দ্ৰ কৰি ভতিজাকৰ প্ৰহাৰত প্ৰাণ গ'ল খুড়াকৰ।
- মাটিৰ সীমাক লৈ খুৰাক আৰু ভতিজাকৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল।
- মৃত্যু হোৱা লোকজন নাম মজিবুৰ ৰহমান।
- ঘটনা সন্দৰ্ভত মজিবুৰ ৰহমানৰ পৰিয়ালে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
- বটদ্ৰৱা আৰক্ষী থানত ঘটনা সন্দৰ্ভত ভতিজা জাহিৰুল ইছলাম, জয়নাল আবেদিন, ৰছিদুল ইছলাম, নসেদ আলী, আৰু ৰহিমা খাতুন সহ ৫ জনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in