বটদ্ৰৱাত হিমন্ত বিশ্ব শৰ্মাঃ আঙুৰলতা ডেকাৰ প্ৰচাৰ…

বটদ্ৰৱাত হিমন্ত বিশ্ব শৰ্মাঃ আঙুৰলতা ডেকাৰ প্ৰচাৰ…

author-image
asomiyapratidin
New Update
বটদ্ৰৱাত হিমন্ত বিশ্ব শৰ্মাঃ আঙুৰলতা ডেকাৰ প্ৰচাৰ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ জাজৰি বগৰিগুৰি চিকিৎসালয় খেলপথাৰত হিমন্ত বিশ্ব শৰ্মাই উপস্থিত। ৪ কিলোমিটাৰ ৰেলী কৰি জাজৰি বেলতল লৈ যাব হিমন্ত বিশ্ব শৰ্মা। বটদ্ৰৱা সমষ্টিৰ জাজৰি বেলতল খেলপথাৰত হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱা সমষ্টিৰ সহস্ৰাধিক জনতাক সম্বোধন কৰিব। বৰ্তমান হেলিকপ্টাৰেৰে অৱতৰন কৰিছে হিমন্ত বিশ্ব শৰ্মাই।