/asomiyapratidin/media/media_files/2025/12/22/1-2025-12-22-16-52-22.jpg)
ডিজিটেল ডেস্কঃ নলবাৰীৰ বৰভাগৰ দৰে ভিতৰুৱা ঠাইত থাকি লোকসংস্কৃতি আৰু ঐতিহাৰ ক্ষয়মান সম্পদৰ সংৰক্ষণ আৰু প্ৰকাশৰ বাবে আজীৱন নিৰলসভাবে কাম কৰি যোৱা বৰভাগৰত্ন চানাৰাম কলিতাৰ স্মৃতি ৰক্ষাৰ বাবে এই বৰ্ষৰ পৰা বৰভাগৰত্ন চানাৰাম কলিতা স্মাৰক বঁটা-২০২৫ প্ৰদান কৰাৰ লগতে বৰভাগৰত্ন চানাৰাম কলিতা স্মাৰক বক্তৃতাৰ আয়োজন কৰা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/22/images-12-2025-12-22-16-49-47.jpeg)
উল্লেখ্য যে , ১০ জানুৱাৰী শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত দিনৰ ২ বজাৰ পৰা বৰভাগৰত্ন চানাৰাম কলিতা স্মাৰক বঁটা-২০২৫ৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানটিত বিশিষ্ট সাহিত্যিক, চিন্তাবিদ ডাঃ ধ্রুৱজ্যোতি বৰাই স্মাৰক বক্তৃতা প্রদান কৰিব। ইপিনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ উপেন ৰাভা হাকাছামক প্ৰদান কৰিব এই ৰভাগৰত্ন চানাৰাম কলিতা স্মাৰক বঁটা-২০২৫।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/22/whatsapp-image-2025-12-22-16-52-42.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us