বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান, দিল্লীত উপস্থিত বাংলাদেশৰ ৰাষ্ট্ৰপতি…

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান, দিল্লীত উপস্থিত বাংলাদেশৰ ৰাষ্ট্ৰপতি…

author-image
asomiyapratidin
New Update
বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান, দিল্লীত উপস্থিত বাংলাদেশৰ ৰাষ্ট্ৰপতি…

  • দিল্লীত উপস্থিত বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদ।
  • দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয় তেওঁ।
  • বিমান বন্দৰতে তেওঁক আদৰণি জনালে বিজেপিৰ কেইবাগৰাকীও নেতাই।
  • বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণত অংশ লোৱাৰ বাবে উপস্থিত হৈছে বাংলাদেশৰ ৰাষ্ট্ৰপতিগৰাকী।
Advertisment
  • প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলী, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈত্ৰিপালা সিৰিসেনাৰ লগতে কেইবাগৰাকীও ৰাষ্ট্ৰনেতা।