কৰ্ণাটকৰ বাংগালুৰুত ভয়ংকৰ অগ্নিকাণ্ড।১০০খন গাড়ী জাহ যায় অগ্নিকাণ্ডত।বাংলালুৰুত চলি থকা বায়ুসেনাৰ এৰ' ইণ্ডিয়াৰ পাৰ্কিং এলেকাত এই অগ্নিকাণ্ড।.জুই নিৰ্বাপনৰ বাবে ১০খনৰো অধিক অগ্নিনিৰ্বাপকৰ গাড়ী উপস্থিত ঘটনাস্থলীত।ঘাঁহনিত জুই লগাৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ।বায়ু সেনাৰ এজন বিষয়াৰ মতে- ১০০ৰো অধিক গাড়ী জাহ গৈছে অগ্নিকাণ্ডত।.কাষৰীয়া অঞ্চলসমূহত জাৰি কৰা হৈছে হাই এলাৰ্ট।বৰ্তমান জুই নিয়ন্ত্ৰণলৈ আহিছে বুলি প্ৰকাশ কৰিছে বিষয়াগৰাকীয়ে।.বাংগালুৰুৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ভিডিঅ'-