জুবিন প্ৰেমীৰ প্ৰতিবাদে লৈছে ভয়ংকৰ ৰূপঃ বাক্সাত BNSSৰ ১৬৩ ধাৰা জাৰি

অশান্ত জৰ্জৰ বাক্সালৈ প্রেৰণ Rapid Action Force। বাক্সালৈ প্রেৰণ আৰক্ষীৰ অতিৰিক্ত বাহিনীৰ কেইবাটাও দল। গুৱাহাটীৰ পৰা ৰাওনা আৰক্ষীৰ কেইবাটাও দল।

author-image
Asomiya Pratidin
New Update
bhdfvnjgvmnjgfkj
  • বাক্সাত BNSSৰ ১৬৩ ধাৰা জাৰি
  • ৫ জনতকৈ অধিক লোক সমবেত হোৱাত নিষেধাজ্ঞা
  • অশান্ত জৰ্জৰ বাক্সালৈ প্রেৰণ Rapid Action Force
  • বাক্সালৈ প্রেৰণ আৰক্ষীৰ অতিৰিক্ত বাহিনীৰ কেইবাটাও দল
  • গুৱাহাটীৰ পৰা ৰাওনা আৰক্ষীৰ কেইবাটাও দল
  • বাক্সালৈ ৰাওনা হৈছে গৃহ বিভাগৰ শীৰ্ষ বিষয়াও
  • নলবাৰী, বৰপেটা, দৰং জিলাৰ পৰা ৰাওনা হৈছে কেইবাটাও আৰক্ষীৰ দল
  • কাৰাগাৰৰ সন্মুখত বহি পুনৰ প্রতিবাদ উত্তেজিত লোকৰ
  • আৰক্ষীৰ ৩খন বাহনত অগ্নিসংযোগ প্রতিবাদকাৰীৰ
  • আৰক্ষীলৈ প্রতিবাদকাৰীৰ শিলাবৰ্ষণ
  • প্রতিবাদকাৰীক ৰুধিবলৈ লাঠীচালনা আৰক্ষীৰ
  • পৰিস্থিতি নিয়ন্ত্রণৰ বাবে প্রতিবাদকাৰীলৈ কন্দুৱা গেছ প্রয়োগ
  • চেটেলাইট চেনেলৰ এখন বাহন জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে
  • ঘটনাত আহত হৈছে কেইবাগৰাকীও সাংবাদিক
জুবিন গাৰ্গ