/asomiyapratidin/media/media_files/2025/12/10/1-2025-12-10-11-05-46.jpg)
ডিজিটেল সংবাদ, বজালীঃ ১০ ডিচেম্বৰৰ দিনটো অসমৰ সংগ্ৰামী ইতিহাসৰ স্মৰণীয় দিন। ১৯৭৯ চনৰ ১০ ডিচেম্বৰৰ দিনটোতে অসম আন্দোলনৰ সময়ত বৰপেটাত আৰক্ষীৰ গুলীত নিহত হৈছিল খৰ্গেশ্বৰ তালুকদাৰ। তেওঁ হৈছে ছবছৰীয়া অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ। প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত আজিৰ দিনটো ৰাজ্যজুৰি শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হৈছে।
/asomiyapratidin/media/post_attachments/bee53849-af3.png)
উল্লেখ্য যে, আজিৰ এই দিনটোত অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পৰিয়ালত অনুষ্টুপীয়াকৈ শ্বহীদ দিৱস পালন কৰে। অসমৰ অস্তিত্ব ৰক্ষাৰ হকে অসম আন্দোলনৰ প্ৰথম শ্বহীদ হৈছিল ভৱানীপুৰৰ উজানবড়ীৰ খৰ্গেশ্বৰ তালুকদাৰে। কিন্তু এই স্বহীদ পৰিয়ালটোত নাই এটি ভালকৈ শ্বহীদ ভাতৃৰ শ্বহীদ বেদী । তাৰ বাবেই
শ্বহীদ দিৱসৰ দিনটোতে শ্বহীদ ভাতৃ ক্ষোভিত হৈ পৰে।
/asomiyapratidin/media/post_attachments/b0a6eaa6-1df.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us