বজালীৰ বাগনাত ভয়ংকৰ ঘটনা

বজালীৰ বাগনাত ভয়ংকৰ ঘটনা, ৰাজহুৱা বজাৰতে দাৰ ঘাপত আহত এগৰাকী ব্যক্তি

author-image
Asomiya Pratidin
New Update
অসমৰ বানত প্ৰাণ গ’ল উত্তৰ প্ৰদেশৰ ব্যক্তিৰ…

  • বজালীৰ বাগনাত ভয়ংকৰ ঘটনা

  • ৰাজহুৱা বজাৰতে দাৰ ঘাপত আহত এগৰাকী ব্যক্তি

  • আহত ব্যক্তি গৰাকী বজালীৰ নিজ শালদ গাঁৱৰ কনক কলিতা(৬০)বুলি জানিব পৰা গৈছে।

  • পাৰিবাৰিক কন্দলৰ বাবে একে গাঁৱৰে মুকুট দাসে(৫০)মূৰত ঘপিয়াই পলায়ন কৰে।

  • ঘটনা স্থলীত বালাপাৰা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

  • সংকটজনক অৱস্থাত আহত ব্যক্তি গৰাকীক বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

Assam police