" বিতৰ্কিত মহিলা শিখা শৰ্মাৰ জামিন মঞ্জুৰ। কামৰূপ জিলা সত্ৰ ন্যায়াধীশ আদালতে মঞ্জুৰ কৰে জামিন। ফেচবুকত জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি গ্ৰেপ্তাৰ হৈছিল শিখা শৰ্মা। আদালতত শিখা শৰ্মাৰ হৈ যুক্তি দৰ্শায় প্ৰণৱ কুমাৰ দাস আৰু আচলাম খানে। "