/asomiyapratidin/media/media_files/2025/12/03/395-2025-12-03-16-08-56.jpg)
ডিজিটেল ডেস্ক : ভাল খবৰ। বাইহাটা চাৰিআলি জুবিন গাৰ্গ ফেন ক্লাৱে শেহতীয়াকৈ গ্ৰহণ কৰিছে এক উল্লেখনীয় পদক্ষেপ। ফেন ক্লাৱটোৰ উদ্যোক্তাসকলে জনোৱা অনুসৰি ‘মোৰ দৃষ্টিত জুবিন গাৰ্গ’ শীৰ্ষক ডিজিটেল লিখনি প্ৰতিযোগিতাৰ আয়োজন কৰিছে।
প্ৰতিযোগীয়ে ১০০ৰ পৰা ১৫০ শব্দৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব এই লেখা। তাৰোপৰি এই প্ৰতিযোগিতাখনত সাফল্য লাভ কৰা প্ৰতিযোগীসকললৈ আৰ্থিক পুৰস্কাৰৰ কথাও উল্লেখ কৰিছে।
প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ হিচাপে আছে নগদ ২,০০১ টকা। দ্বিতীয় পুৰস্কাৰ ১,৫০১ টকা আৰু তৃতীয় পুৰস্কাৰ ১,০০১ টকা। লেখনি পঠিৱাৰ অন্তিম দিন হৈছে ১০ জানুৱাৰী ২০২৬। একেদৰে ফলাফল ঘোষণা কৰিব ১৭ জানুৱাৰী ২০২৬ত।
সবিশেষ তলত সংলগ্ন কৰি দিয়া হ'ল-
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/03/whatsapp-i-2025-12-03-16-05-04.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us