মুখ্য-পৃষ্ঠা
আস্থা-বিশ্বাসৰ ওপৰত নহয়, আইনৰ আধাৰত হ’ব এই ৰায়দান, LIVE UPDATES
- অযোধ্যাৰ বিবাদমান গোচৰৰ ৰায়দান আৰম্ভ।
- ৰাম জন্মভূমি এএছ আইৰ প্ৰতিবেদন অনুসৰি উক্ত স্থানত আছিল ৰাম মন্দিৰ।
- ৰামৰ জন্ম যে অযোধ্যাত হৈছিল সেয়া কোনেও নুই কৰা নাইঃ ৰঞ্জন গগৈ।
- চিয়া ৱকফ বোৰ্ডৰ আবেদন নাকচ।
- মন্দিৰ কোনে বনাইছিল সেয়া নিশ্চিত নহয়ঃ উচ্চতম ন্যায়ালয়
- উচ্চতম ন্যায়ালৰ ৫ ন্যায়াধীশৰ সহমতত দিয়া হ'ব এই ৰায়দান।
- আস্থা আৰু বিশ্বাসৰ ওপৰত কাৰো দ্বিমত নাইঃ উচ্চতম ন্যায়ালয়।
- খালী মাটিত বাবৰি মছজিদ বনোৱা নাছিলঃ ন্যায়ালয়।
- বাবৰৰ দিনতে বনোৱা হৈছিল এই মন্দিৰঃ উচ্চতম ন্যায়ালয়।
- ৰাম মন্দিৰ ভাঙি মছজিদ নিৰ্মাণৰ কোনো তথ্য নাইঃ উচ্চতম ন্যায়ালয়।
- আস্থা আৰু বিশ্বাসৰ ওপৰত নহ'ব এই ৰায়দানঃ উচ্চতম ন্যায়ালয়।
- ভূমি বিবাদৰ এই গোচৰ হ'ব আইনৰ আধাৰতঃ উচ্চতম ন্যায়ালয়।