New Update
- অযোধ্যাৰ ভূমি কেন্দ্ৰীক বিবাদৰ শুনানি সমাপ্ত।
- ন্যায়ালয়ে স্থগিত ৰাখিলে শুনানি।
- কোনো লোকে দিব পাৰিব লিখিত ভাবে নোট।
- ৩ দিনৰ ভিতৰত দিব লাগিব লিখিত নোট।
- ২৩ দিনৰ পিছত হ'ব ৰাম মন্দিৰ-বাবৰি মছজিদৰ ভূমি বিবাদৰ চূড়ান্ত ৰায়দান।
- ইফালে শুনানিৰ মাজতে বুধবাৰে মুছলিম পক্ষৰ অধিবক্তা ৰাজীৱ ধৱনে হিন্দু মহাসভাৰ তৰফৰ পৰা ক'ৰ্টত উপস্থাপন কৰা ৰাম জন্মভূমিৰ নক্সা ফালে।
- তাকে কেন্দ্ৰ ক্ষোভিত হৈ পৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ।