প্রবীণ অভিনেত্ৰী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

উল্লেখ্য যে, ১৯৪৮ চনৰ ৮ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ চিৰিং চাপৰিত জন্মগ্ৰহণ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। ৰঞ্জনা শৰ্মা বৰদলৈৰ পিতৃৰ আছিল নবীন চন্দ্ৰ বৰদলৈ আৰু মাতৃৰ অৰ্চনা বৰদলৈ।

author-image
Asomiya Pratidin
New Update
new ap web 5 (10)

ডিজিটেল ডেস্কঃ পুনৰ ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰলৈ এক দু খবৰ। অসমৰ প্রবীণ অভিনেত্ৰী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান। ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পতালত ৮০ বছৰ বয়সত শেষ নিঃশ্বাস ত্যাগ অভিনেত্ৰীগৰাকীয়ে।

WhatsApp Image 2025-12-22 at 12.58.39 PM

উল্লেখ্য যে, ১৯৪৮ চনৰ ৮ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ চিৰিং চাপৰিত জন্মগ্ৰহণ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। ৰঞ্জনা শৰ্মা বৰদলৈৰ পিতৃৰ আছিল নবীন চন্দ্ৰ বৰদলৈ আৰু মাতৃৰ অৰ্চনা বৰদলৈ। ইপিনে তেওঁ অভিনয়ৰে সকলোকে মোহিত কৰিছিল।

WhatsApp Image 2025-12-22 at 12.56.53 PM

 প্ৰণিধানযোগ্য যে, প্রতিধ্বনি , ড০ বেজবৰুৱা, সোণতৰা, ককা দেউতা নাতি আৰু হাতী, মৰম তৃষ্ণাকে ধৰি বহুকেইখন ছবিত অভিনয়েৰে দৰ্শকক মুগ্ধ কৰিছিল তেওঁ। লগতে কেইবাখনো ভিচিডিত অভিনয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে। তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে তেওঁৰ অনুৰাগীসকলে। 

WhatsApp Image 2025-12-22 at 12.56.42 PM

অভিনেত্ৰী