New Update
/asomiyapratidin/media/media_files/2026/02/05/assam-policeeee-2026-02-05-19-33-47.jpg)
- অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনিৰ লগতে পদোন্নতিসহ বদলি।
- দৰং জিলাৰ ASP (Crime) ৰজী তালুকদাৰক নগাঁৱৰ ASP(HQ)লৈ বদলি।
- কোকৰাঝাৰৰ ASP(HQ) নৱনীতা শৰ্মাক ডিব্রুগড়ৰ ASP(HQ) হিচাপে বদলি।
- ডিব্রুগড়ৰ ASP(HQ) নিৰ্মল ঘোষক ওদালগুৰিৰ ASP(HQ) হিচাপে বদলি।
- শ্রীভূমিৰ ASP(Crime) অমৃতৰাজ চৌধুৰীক বজলীৰ ASP হিচাপে বদলি।
- বজালীৰ ASP ত্রিনয়ন ভূঞাক শ্রীভূমিৰ ASP(Crime) হিচাপে বদলি।
- ২৭ গৰাকী ASP বিষয়াক বিভিন্ন জিলা আৰু সম-জিলালৈ বদলি কৰা হৈছে।
- ডিমা হাছাওৰ সহকাৰী আৰক্ষী অধীক্ষক ঋষভ হানছক বদলি।
- IPS ঋষভ হানছক শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দায়িত্ব প্ৰদান।
- ওদালগুৰিৰ উপ-আৰক্ষী অধীক্ষক ফুলকন নাৰ্জাৰীক পদোন্নতিসহ বদলি কৰা হৈছে।
- আৰক্ষী বিষয়া নাৰ্জাৰীক দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) হিচাপে বদলি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us