New Update
/asomiyapratidin/media/media_files/2026/03/02/policeeee-2026-03-02-21-51-05.jpg)
- অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদ-বদল।
- DCP মৃণাল ডেকাক দক্ষিণ শালমৰাৰ SSP হিচাপে বদলি।
- ফৰেনচিক বিজ্ঞানাগাৰৰ সঞ্চালক ড০ ৰবীন কুমাৰক বদলি।
- দৰঙৰ SSP হিচাপে বদলি কৰা হৈছে ড০ ৰবীন কুমাৰক।
- বঙাইগাঁৱৰ SSP মোহনলাল মিনাক ফৰেনচিক বিজ্ঞানাগাৰৰ সঞ্চালক হিচাপে বদলি।
- SSP(V&AC-G) পংকজ যাদৱক বজালীৰ SSP হিচাপে বদলি।
- কাছাৰৰ SSP পাৰ্থ প্রতীম দাসক নগাঁৱৰ SSP হিচাপে বদলি।
- দৰঙৰ SSP হেমন্ত কুমাৰ দাসক বদলি কৰা হৈছে।
- SSP(V&AC-G) গুৱাহাটীলৈ বদলি হেমন্ত কুমাৰ দাসক।
- নগাঁৱৰ SSP স্বপ্ননীল ডেকাক ধেমাজিৰ SSP হিচাপে বদলি।
- DCP নোমল মাহত্তক বঙাইগাঁৱৰ SSP হিচাপে বদলি।
- কামৰূপৰ SSP সঞ্জীৱ কুমাৰ শইকীয়াক কাছাৰলৈ বদলি।
- বজালীৰ SSP সুমন চক্রৱৰ্তীক তামুলপুৰলৈ বদলি।
- 1st AFPF Bnৰ অধিনায়ক বলিন দেউৰীক বদলি।
- বলিন দেউৰীক গুৱাহাটী পশ্চিমৰ DCP হিচাপে বদলি।
- শিৱসাগৰৰ SSP শুভাশীষ বৰুৱাক কামৰূপলৈ বদলি।
- লাচিত বৰফুকন আৰক্ষী একাডেমীৰ অধ্যক্ষ পাপৰি চেতিয়াক বদলি।
- পাপৰি চেতিয়াক শিৱসাগৰৰ SSP হিচাপে বদলি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us