New Update
/asomiyapratidin/media/media_files/2025/12/30/whatsapp-image-2025-12-30-14-48-31.jpeg)
- অসম আৰক্ষীৰ STF আৰু কেন্দ্রীয় চোৰাংচোৱা সংস্থাৰ যৌথ অভিযান
- সন্ত্রাসবাদৰ বিৰুদ্ধে আৰম্ভ কৰিছিল ‘অপাৰেচন প্রঘাত’
- অপাৰেচন প্রঘাতৰ অধীনত গ্রেপ্তাৰ কেইবাজনো JMBৰ সদস্যক
- সোমবাৰে অসম আৰু ত্রিপুৰাত চলে এই অভিযান
- এই অভিযানত মুঠ ১১টা মৌলবাদীক গ্রেপ্তাৰ STFৰ
- ডিজিটেল জেহাদ আৰম্ভ কৰিছিল মৌলবাদী সংগঠনটোৱে
- ইয়াৰ বাবে ব্যৱহাৰ কৰিছিল সামাজিক মাধ্যম
- অসমত ধন সংগ্রহ কৰি বাংলাদেশলৈ প্রেৰণ কৰিছিল
- টামিম ইছলাম আছিল অসমৰ মৌলবাদী গোটটোৰ মূল ব্যক্তি
- অসম তথা উত্তৰ-পূবক অশান্ত কৰাৰ পৰিকল্পনা আছিল মৌলবাদীৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us