New Update
/asomiyapratidin/media/media_files/2025/08/21/ap-fordsddsd-2025-08-21-23-24-21.jpg)
- অসমৰ ভূমিত পুনৰ নগাৰ দপদপনি
- বিদ্যাপুৰত অসমৰ মাটিত অসমৰ কাম বন্ধ কৰিলে নগাই
- নাগালেণ্ডৰ উষা জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সন্মুখতেই নগাই বন্ধ কৰিলে কাম
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/21/capturemnnl-2025-08-21-23-21-18.jpg)
- চকু মুদা কুলিৰ ভাৱত সৰুপথাৰ সমজিলা আয়ুক্ত, ভাৰপ্ৰাপ্ত সীমান্ত দণ্ডাধীশ আৰু আৰক্ষী বিষয়া
- নগাৰ ভাবুকিত কাম এৰি সুৰক্ষিত স্থানলৈ পলাল জেচিবিসহ ড্ৰাইভাৰ আৰু শ্ৰমিক সকল
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/21/capture-fg-2025-08-21-23-21-47.jpg)
- সৰুপথাৰ সমজিলা প্ৰশাসনৰ সন্মুখতেই নগাই বন্ধ কৰি দিলে অসমৰ বন বিভাগৰ কাম
- সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি কেমেৰাৰ সন্মুখৰ পৰা আতৰি গ'ল সৰুপথাৰ সমজিলা আয়ুক্ত
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us