Breaking: অসম জাতীয় বিদ্যালয়ৰ ছয়মহীয়া পৰীক্ষা বাতিল...

অসম জাতীয় বিদ্যালয়ৰ ছয়মহীয়া পৰীক্ষা বাতিল।  জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে এই সিদ্ধান্ত অসম জাতীয় বিদ্যালয়ৰ। শনিবাৰৰ পৰীক্ষা বাতিল কৰিছে বিদ্যালয়খনে। 

author-image
Tushar Pratim
New Update
BREAKING NEWS
  • অসম জাতীয় বিদ্যালয়ৰ ছয়মহীয়া পৰীক্ষা বাতিল। 
  • জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে এই সিদ্ধান্ত অসম জাতীয় বিদ্যালয়ৰ।
  • শনিবাৰৰ পৰীক্ষা বাতিল কৰিছে বিদ্যালয়খনে। 
  • বাতিল হোৱা পৰীক্ষাৰ দিন পৰৱৰ্তী সময়ত জাননীৰ যোগে অৱগত কৰিব কৰ্তৃপক্ষই। 
অসম জাতীয় বিদ্যালয়